গুণাগঁথাগুণাগথা
গুণাগঁথা কৰি (Assamese) [ Roman: gu.na.go~.tha ko.ri]
Contributed by: Anjali Sonowal on 2011-02-01
English: carefully, cautiously,
Assamese: অবহিতে, অৱহিতে, আগপিচ গুণি, গুণাগঁথা কৰি, চাইচিতি, ভাবিগুণি, মনোযোগেৰে, যত্ন-সহকাৰে, যত্নপূৰ্বক, যত্নপূৰ্ব্বক, যত্নেৰে, সচেতনে, সচেতে, সতৰ্কে, সন্তৰ্পণে, সযতনে, সাৱধানে, সাৱধানেৰে, সাৱহিতে,
Garo: gisik rakbee,
Nepali: होस गरेर
গুণাগঁথা কৰি (Assamese) [ Roman: gu.na.go~.tha ko.ri]
Contributed by: Anjali Sonowal on 2011-02-01
1. (Adverb) taking care or paying attention. মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷